Finally culprit is arrested- অসম আৰক্ষীৰ সফলতা

Share on Social Media

অডিও টোৰ আঁৰত থকা দালালটোক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ এই উপ আৰক্ষী অধীক্ষক পদৰ নিযুক্তিত জড়িত হৈ পৰিছিল এটা বিশেষ দালাল চক্ৰ। আৰু তাৰ লগত জড়িত এটা বিশেষ অ’ডিও ভাইৰেল হৈ পৰিছিল Social media ত। কিন্তু তাৰ পাছতে টতপৰতাৰে কাম আৰম্ভ কৰে আসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ ডিজিপি ভাষ্কৰ জ্যোতি মহনন্তই টুইটাৰত প্ৰকাশ কৰা এতা পোষ্ট অনুসৰি অডিও ক্লিপটোৰ লগত জড়িত থকা দোষী জনক কৰায়ত্ব কৰে। তেখেতে জানিবলৈ দিয়া মতে দোষী জনৰ নাম মনোজ তামুলী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *