পূজাৰ সময়ত মোবাইল ফোন কিনাৰ কথা ভাবিছে যদি চাওক

Share on Social Media

পূজা আহিলেই ৰঙেৰে ভৰি পৰে সকলোৰে মন, আৰু সকলোৱে মন কৰে নতুন কাপোৰ কানিৰ পৰা নতুন বস্তু ল’বলৈ। আৰু এই সময়তে অনলাইন বজাৰ খনটো আৰম্ভ হয় বিভিন্ন অফাৰ আৰু ডিচকাউন্টৰ। আপুনি যদি ভাবিছে পূজাৰ সময়তে এটা নতুন মোবাইল ফোন কিনাৰ কথা তাকো ১০ৰ পৰা ২০ হাজাৰ টকাৰ ভিতৰত তেনেহ’লে আপুনি থিক থাইতে আহি পাইছে। আমি আপোনালৈ আগবঢ়াইছো কেইটামান এনেকুৱা মোবাইলফোন যি কেইটা লাভ কৰিব আপোনালোকে আমাজনত অতিকৈ কম দামত, লগতে ফোন কেইটাত পাব যঠেষ্ট সা-সুবিধা। কাৰণ আমাজনত আৰম্ভ হ’ব অহা ১৭ অক্টোবৰৰ পৰা “দ্য গ্ৰেট ইনদিয়ান ফেষ্টিভেল্”। আহক আমি চাই লওঁ ফোন কেইতা, তাৰ সাম্ভাব্য মূল্য আৰু সা-সুবিধা সমুহ।

১। ৰেডমি নোট 9:

স্মার্ট ফোনৰ লিষ্ট খনত প্ৰথমেই আগবঢ়োৱা হৈছে ৰেডমি নোট 9। ৪৮ মেগা পিক্সেলৰ চাৰিটা কেমেৰাৰ সৈতে এই ফোনটোৱে খুওব সুন্দৰ ফটো তুলিবলৈ সক্ষম। এই ফোনটোত লাভ কৰিব ৫ হাজাৰ ২০ এম এ এইচ্ (MaH) ৰ বেটাৰী, আৰু লগতে ফাষ্ট চাৰ্জিং টেকনোলজি। ফুল এইচ্ জি প্লাচ (Full HD+) ডিচপ্লেৰ সৈতে ফোনটোৱে দিব এক সুকিয়া আমেজ। মোবাইলটোৰ মূল্যৰ কথা যদি কোৱা যায়, তেনে হ’লে বৰ্তমান সময়ত আপোনালোকে লাভ কৰিব আমাজনত ১১৯৯৯ টকাত। কিন্তু গ্ৰেইট ইন্ডিয়ান ফেষ্টিভেল্ ৰ সময়চোৱাত ৪৭ শতাংশ লৈকে অফাৰ লাফ কৰিব। ফোনটোত লাভ কৰিব ১২ নেন’মিটাৰৰ মেডিয়াটেক হেলিঅ’ G85 প্ৰচেচৰ, যি ২ গিগাহার্টজ লৈকে কাম কৰিব আৰু আপোনাক দিব এটা সুন্দৰ অনুভৱ।

যদি আপনি মোবাইলটো কিনিব বিচাৰে তলৰ লিংকত ক্লিক কৰক।

২। ৰেডমি নোট ৯ প্ৰঃ

এই স্মার্ট ফোন টো আপোনালোকা আগবঢ়োৱা প্ৰধান কাৰণটো হ’ল ইয়াৰ প্ৰচেচৰ। এই ফোনটোত ব্যৱহাৰ কৰা হৈছে Qualcom Snapdragon 720G প্ৰচেচৰ যিটো ২.৩ গিগাহার্জ ৮ নেনোমিটাৰ টেকনোলজিৰ ওপৰত প্ৰতিষ্ঠিত। SD 720G প্ৰচেচৰটো তৈয়াৰ কৰা হৈছে শক্তিশালী প্ৰদৰ্শনৰ বাবেই। গেমখেলি ভালপোৱা সকলৰ বাবে এইটো হ’ব সুন্দৰ বাজেট ফোন। কেমেৰাত লাভ কৰিব ৰেডমি নোট নাইনৰ দৰে একেই সুবিধা। লগতে লাভ কৰিব 960 fps super slow motion। ৬.৭ ইন্সিৰ ফুল এইচ্ ডি প্লাচ ড’ট ন’টচ্ ডিচপ্লেৰ সৈতে ফোনটো দেখাটো যঠেষ্ট আকৰ্ষণীয়। ৫০২০ মিলি এম্পিয়াৰ প্ৰতি ঘন্টা ডাঙৰ বেটাৰীৰ লগত লাভ কৰিব ১৮ ৱাটৰ ফাষ্ট চাৰ্জিং। এই ফোনটোত লাভ কৰিব ভাৰতীয় নেভিগেশ্ব্যন চিষ্টেম “NAVIK” । মোবাইলটো বৰ্তমান সময়ত আমাজনত লাভ কৰিব ১৩৯৯৯ টকাত। কিন্তু গ্ৰেইট ইন্ডিয়ান ফেষ্টিভেল্ ৰ সময়চোৱাত ৪৭ শতাংশ লৈকে অফাৰ লাফ কৰিব।

যদি আপনি মোবাইলটো কিনিব বিচাৰে তলৰ লিংকত ক্লিক কৰক।

 

২.২ ৰেডমি নোট ৯ প্ৰ’ মেক্সঃ

এই ফোনটো ৰেডমি নোট ৯ প্ৰ’ৰ সৈতে প্ৰায় একেই। কিছুমান বিশেষ ক্ষেত্ৰত পাৰ্থক্য আছে। সেই সমুহ আপোনালোকক জনাই দিছোঁ।
প্ৰথমেই ক’ব লাগিব ইয়াৰ ৩৩ ৱাটৰ ফাষ্ট চাৰ্জিংৰ বিষয়ে। এই ফোনটোত লাভ কৰিব ৩৩ ৱাটৰ ফাষ্ট চাৰ্জাৰ যি আপোনাৰ ফোনটো নিচেই কম সময়তে চাৰ্জ কৰি তুলিব। লগতে লাভ কৰিব ৬৪ মেগাপিক্সেলৰ চাৰিটা কেমেৰাৰ চেটআপ আৰু ৩২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা। ফোনটোৰ বৰ্তমানৰ মূল্য ১৯৯৯৯ টকা।

যদি আপনি মোবাইলটো কিনিব বিচাৰে তলৰ লিংকত ক্লিক কৰক।

 

৩। চেমচাং এম ২১ (M21)

চেমচাংৰ এমুলেড ফুল এইচ্ ডি প্লাচ ডিচপ্লেৰ সৈতে এইটো হৈছে আটাইতকৈ সস্তীয়া ফোন। য’ত আপোনালোকে পাব ৪৮ মেগাপিক্সেল ৰ ৩টা কেমেৰাৰ এটা চেটআপ, আৰু ২০ মেগাপিক্সেলৰ চেলফি কেমেৰা। ফোনটোত সংযুক্ত আছে ৬০০০ এম এ এইচ্ (mAh) ৰ যঠেষ্ট ডাঙৰ এটা বেটাৰী। অফাৰৰ সময়ত আপোনালোকে প্ৰায় ১২ হাজাৰ মান টকাত এই ফোনটো লাভ কৰিব।

যদি আপনি মোবাইলটো কিনিব বিচাৰে তলৰ লিংকত ক্লিক কৰক।

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত 👈 ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *