কিয় কৰা হয় মদ খোৱাৰ আগত ‘চিয়ৰছ’ (Cheers)

Share on Social Media

অসম নিউজঃ আপুনি মদ খাই নেকি? খাওক, বা নাখাওক আপুনি নিশ্চয় জানিব যে মদ খোৱাৰ আগত চিয়ৰচ্ কৰা হয়। কিন্তু আপুনি বাৰু ভাবিছেনে কেতিয়াবা মদৰ গিলাছটো লৈ কিয় কৰা হয় এই চিয়ৰচ্?

অতীজৰে পৰা চলি অহা এই মদ খাওতে কৰা চিয়ৰচ্ টোক লৈ বহু কেইতা প্ৰবাদ আছে। তাৰ মাজতে কেতিমান আপোনালোকলৈ আগবঢ়োৱা হ’ল।

চিয়ৰচ্ কোৱাৰ প্ৰথম টো কাৰণঃ

চিয়ৰচ্ শব্দটোৰ উদ্ভব মধ্যযুগৰ সময়চোৱাতে হৈছিল। সেই সময়ৰ লোক সকলে যেতিয়া সুৰা পান কৰিছিল তেতিয়া তেওঁলোকে মদৰ গিলাছ কেইটা লগ লগাই চিয়ৰচ্ বুলি কৈছিল।
সেই সময়ত শত্ৰুৱে শত্ৰুক বিহ খুৱাই হত্যা কৰিছিল, আৰু এই বিহবোৰ সাধাৰণতে মগৰ লগত মিহলাই দিয়া হৈছিল। আৰু বহুবাৰ মদখোৱা জেগাতেই বিহ দিয়া জনৰ মৃত্যুও হৈছিল।
সেইবাবেই যেতিয়াই কেইবাজনো লোকে একেলগে মদ খাই তেতিয়া চিয়ৰচ্ (cheers) কৰা নিয়মটো কৰাহ’ল। কাৰণ চিয়ৰচ্ কৰিলে প্ৰত্যেকৰে মদৰ গিলাতৰ পৰা অলপ হ’লেও মদ আনজনৰ গিলাচত পৰিব। আৰু এনেদৰে গোপন শত্ৰুৰ পৰা বাচিব পাৰিব।

দ্বিতীয় কাৰণঃ

যি সময়ত চিয়ৰচ্ ৰ আবিষ্কাৰ হৈছিল সেই সময়ত মানুহ বিলাকৰ ক’লা যাদুৰ ওপৰত খুওব বিশ্বাস আছিল, মানুহৰ মাজত এই যাদুৰ ভয় বৃদ্ধি পাইছিল। আৰু তেওঁলোকে ভাৱিচিল যে মদ আৰু জুৱাৰ স্থলিত এই অপকৰ্মৰ প্ৰভাৱ বেছি। সেইবাবে তেওঁলোকে গিলাচেৰে শবদৰ সৃষ্টি কৰি সেই বেয়া শক্তি বোৰ দুৰ কৰিব পাৰিছিল বুলি বিশ্বাস কৰিছিল।

 

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত 👈 ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *