জুবিন গাৰ্গে কি ক’লে শৃংখল চলিহাক?

Share on Social Media

“শৃংখল চলিহা নিজেই বিশৃংখল” – জুবিন গাৰ্গ।

বিৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক উদ্যেশি এই মন্তব্য কৰে যুব প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে। তেওঁৰ ফেচবুক পেজত লিখা এটা পোষ্ট অনুসৰি শৃংখল চলিহাই লগ কৰিছিল জুবিন গাৰ্গক। তেতিয়ালৈকে সকলো ঠিকেই আছিল, কিন্তু পাছত মুৰ্খৰ দৰে আচৰণ কৰে শৃংখল চলিহাই।

“Shrinkgal Chaliha. He is beshrinohal. Met me today. He was good whn I was in my office. Aftr that he spoke bullsheet. I don’t want need these kind of guys. Dnt believe him” – zubeen Garg

Zubeen garg

ইয়াৰ পাছত জুবিন গাৰ্গে আন এটা পোষ্ট দি এই বুলিও লিখিছিল যে শৃংখল চলিহা আপুনি মোক মাফ খোজক। ন’হ’লে মই আপোনাক পিটিম।

“Shrinkhal chaliha pls apologise to me. Or I wl thrash u”

zubben garg
অৱশ্যে জুবিন গাৰ্গ আৰু শৃংখল চলিহাৰ মাজত কি এনে কথোপকথন হৈছিল যাৰ বাবে সকলোৰে মৰমৰ জুবিন গাৰ্গে চ’চিয়েল মেডিয়াত এনেদৰে বীৰ লাচিত সেনাৰ নেতা জনক ক’ব ল’গা হ’ল সেইয়া জানিব পৰা হোৱা নাই। পাছৰ সময়চোৱাত জুবিন গাৰ্গে তেওঁৰ ফেচবুক পোষ্ট দুটা দিলিট কৰি দিয়ে।

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *